পদ অনুসাৰে শূন্যপদ:
টোকা: ২০২৪ চনৰ RPF Constable অফিচিয়াল বিজ্ঞপ্তিৰ উল্লেখ অনুসৰি
| পদৰ নাম | 7ম বেতন আয়োগৰ লেভেল | বেতন | চিকিৎসা মানদণ্ড | প্ৰতিবন্ধী ব্যক্তিৰ বাবে উপযুক্ততা | ন্যূনতম শৈক্ষিক অৰ্হতা |
|---|---|---|---|---|---|
| কনিষ্টবল(এক্স.) | লেভেল-৩ | ২১৭০০ | B1 | উপযুক্ত নহয় | স্বীকৃত বোৰ্ডৰ পৰা ১০ম উত্তীৰ্ণ বা সমতুল্য |
| পদ / পদবী | কনিষ্টবল(এক্স.) |
|---|---|
| পুৰুষ UR | ১৪৫০ |
| পুৰুষ SC | ৫৩৬ |
| পুৰুষ ST | ২৬৮ |
| পুৰুষ OBC | ৯৬৬ |
| পুৰুষ EWS | ৩৫৭ |
| পুৰুষ মুঠ | ৩৫৭৭ |
| ———————- | ————————– |
| মহিলা UR | ২৫৬ |
| মহিলা SC | ৯৫ |
| মহিলা ST | ৪৭ |
| মহিলা OBC | ১৭০ |
| মহিলা EWS | ৬৩ |
| মহিলা মুঠ | ৬৩১ |
| ———————- | ————————– |
| ExSM মুঠ শূন্যপদৰ ১০% | ৪২০ |