অস্থায়ী শূন্যপদ:
দ্রষ্টব্য: ২০২৫ বৰ্ষৰ আৰআৰবি এনটিপিচিৰ আনুষ্ঠানিক বিজ্ঞপ্তিৰ উদ্ধৃতি লৈ।
সম্পূৰ্ণ আবেদন আবেদনকাৰীৰ দ্বাৰা ২৭.১১.২০২৫ তাৰিখৰ ২৩.৫৯ ঘণ্টালৈকে কেৱল অনলাইনযোগেহে দাখিল কৰিব লাগিব।
| পদৰ নাম | 7ম CPC ত স্তৰ | আৰম্ভণি বেতন (INR) | চিকিৎসা মানদণ্ড | স্বাভাৱিক পথত নিৰ্ধাৰিত বয়স (01.01.2025 ত) | 01.01.2025 ত প্রযোজ্য বয়স | মুঠ খালী পদ (সকলো RRB) |
|---|---|---|---|---|---|---|
| কমাৰ্শিয়েল কাম টিকেট ক্লাৰ্ক | 3 | 21700 | B-2 | 18 - 30 বছৰ | 18 - 33 বছৰ | 2424 |
| একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট | 2 | 19900 | C-2 | 18 - 30 বছৰ | 18 - 33 বছৰ | 394 |
| জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট | 2 | 19900 | C-2 | 18 - 30 বছৰ | 18 - 33 বছৰ | 163 |
| ট্ৰেইনছ ক্লাৰ্ক | 2 | 19900 | A-3 | 18 - 30 বছৰ | 18 - 33 বছৰ | 77 |
| ———————- | —————— | ——————- | —————— | —————— | —————— | ————————— |
| মুঠ যোগফল | 3058 |